সপোন-ৰিমাশ্ৰী কোচ-ৰাজবংশী

©Admin
0
ভগ্ন হৃদয়ে আধৰুৱা সপোনবোৰ পুনৰ বুটলি লৈ হৃদয়ৰ ভাঁজে - ভাঁজে ভৰাবলৈ যত্ন কৰিছে ,
জানোচা  আধৰুৱা সপোনবোৰ সম্পূৰ্ণ হয়েই !
পুৱাৰ হেঙুলী সুৰুযৰ কিৰণত যেন সপোনবোৰে প্ৰাণ পাই উঠিছে ,
লহিয়াব লোৱা বেলিটোৱেও যেন এতিয়া কৈছে -
হে সপোন ,উঠা উঠা .....
অমানিশা আঁতৰিল ,পুৱাৰ সেই হেঙুলী সুৰুযৰ কিৰণত জগত পোহৰ হ'ল ।

  ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
  ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)