সেউজী ধৰণী মোৰ - মিন্টু গোৱলা

©Admin
0
সেউজীয়া বৰণ সনা
মোৰ এই ধৰণী
কত সেউজীয়া তৰু-তৃণই
ধৰণী খনক ধুনীয়া কৰি ৰাখিছে ।
কি ?
         সুন্দৰ শস্য শ্যামল 
সেউজী ধৰণী মোৰ বৰ ধুনীয়া
ইয়াতেই ৰচো বহু সপোন ।
সেউজীয়া দলিচাত দেখোঁ জীৱনৰ সপোন 
এনে সুন্দৰ পৰিৱেশক 
কিয়?
       মানুহে ধ্বংস কৰিছে 
অবুজ হৈ মানুহে কিয় ?
সেউজ ধৰণীখনক ধ্বংস কৰিছে ।
                   ‌‌
✍️শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)