১/ভাৰতত দিলোৱাৰা মন্দিৰ ক’ত অৱস্থিত?
উত্তৰঃ আবু পৰ্বত।
২/ ভাৰতৰ সূৰ্য্য মন্দিৰ ক’ত অৱস্থিত?
উত্তৰঃ কোনাৰ্কত।
৩/ ভাৰতৰ আটাইতকৈ পুৰণি গীর্জা ক’ত অৱস্থিত?
উত্তৰঃ কেৰেলাৰ পালায়ুৰত।
৪/ভাৰতৰ ইহুদীসকলৰ আটাইতকৈ পুৰণি উপাসনাঘৰটো ক’ত?
উত্তৰঃ কেৰেলাৰ কোঁচীত।
৫/এছিয়াৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো ক’ত অৱস্থিত?
উত্তৰঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত।
৬/ ভাৰতত ক’ত সৰ্বাধিক মন্দিৰ আছে?
উত্তৰঃ হিমাচল প্ৰদেশত।
৭/ ভাৰতৰ কোনখন ঠাই স্নান, বিশ্ববিদ্যালয়, ৰেচম কাপোৰৰ বাবে বিখ্যাত?
উত্তৰঃ বাৰাণসী।
৮/ভাৰতত উৎপত্তি হোৱা ধর্ম দুটাৰ নাম কি কি?
উত্তৰঃ জৈন ধৰ্ম আৰু শিখ ধৰ্ম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ