৫ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৩১ চনত পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
২/ আজিৰ দিনটোতে ১৮৯৬ চনত ৰ'য়েণ্টজেনৰ দ্বাৰা এক্স ৰে' আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ অষ্ট্ৰিয়াৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনত।
৩/আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহ জাহানৰ ১৫৯২ চনত জন্ম হৈছিল।
৪/আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ ২০০৮ চনত মৃত্যু।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ