১৯ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

১৯ জানুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল - 

১/আজিৰ দিনটোতে ১৮৮৯  চনত অসমৰ সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল।

২/আজিৰ দিনটোতে ১৭৩৬ চনত স্কটিছ-ইংৰাজ ৰসায়নবিদ আৰু অভিযন্তা   জে’মচ্ ৱাটৰ জন্ম হৈছিল।

৩/আজিৰ দিনটোতে ১৯৭২ চনৰ ১৯ জানুৱাৰী তাৰিখে বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

৪/আজিৰ দিনটোতে ১৯৬৮ চনত অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)