সাধাৰণ জ্ঞান - কুইজ

©Admin
0

১/পৃথিৱীৰ কোনখন দেশত এটাও চিনেমা হল নাই?
উত্তৰ:- পৃথিৱীৰ ভূটান দেশত এটাও চিনেমা হল নাই।

২/ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় ক’ত আছে?

উত্তৰ:- ইণ্টাৰপোলৰ মুখ্য কাৰ্য্যালয় লিয়ন (ফ্ৰান্স) ত আছে। 

৩/ৰাজস্থানৰ কোনখন জিলাত “এয়াৰ কাৰ্গো কমপ্লেক্স” অৱস্থিত?

উত্তৰ:- ৰাজস্হানৰ জয়পুৰ জিলাত “এয়াৰ কাৰ্গো কনপ্লেক্স” অৱস্হিত।

৪/জীৱন বীমাক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰ:- জীৱন বীমাক ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

৫/এছ টি ডি (STD)ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ:- STD ৰ সম্পূৰ্ণ নাম হৈছে Subscriber Trunk Dailling।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)