আহি পালে ভোগালী বিহুটি
সকলোৱে মিলি হাঁহি - ধেমালিৰ মাজেৰে পাৰ কৰোঁ আহা এই নিশাটি ।
তৃপ্তিৰে লগে- ভাগে এসাজ খাবলৈ মনত কিমান দিনৰে পৰাই যেন হেঁপাহ এই নিশাটোলৈ বুলি !
ভোগালীৰ এই উৰুকাৰ নিশা ভোজ নহলে যেন কিবা লাগে উকা উকা
উৰুকাৰ এই ভোজৰ নিশা উপভোগ কৰোঁ আহা !!
✍️পিংকী বৰা ,মাজুলী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ