নৱবৰ্ষ - গীতাশ্ৰী বড়া

0
হে ২০২২ , দিছো তোমাক বিদায়, 
আকৌ আদৰিম নৱবৰ্ষ ২০২৩ ক। 
হিয়াত নতুন সপোন সজাই 
ক'ত দুখ - সুখৰ মাজত 
২০২২ ক কৰিলো পাৰ, 
চকুৰ আগত থাকিব সদায়। 
আকৌ আহিব নতুন বছৰ 
কেউপিনে উদুলি মুদুলি, 
নদীৰ পাৰত খাম আমি বনভোজ সকলোৱে মিলিজুলি...

✍️গীতাশ্ৰী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)