Home গায়ত্ৰী কোঁৱৰ তোমাৰ হেঁপাহত - গায়ত্ৰী কোঁৱৰ তোমাৰ হেঁপাহত - গায়ত্ৰী কোঁৱৰ person©Admin January 16, 2023 0 share সপোন নদীৰ পাৰত এদিন আহিবা তুমি ,ৰাধা কৃষ্ণৰ অমৰ প্ৰেমৰ এটি মধুৰ গীত হৈ ।তাতেই দুয়ো হেঁপাহেৰে জীয়াই ৰ'ম হাতত হাত ধৰি , একাজলি ৰ'দৰ ছাঁয়াত ।✍️গায়ত্ৰী কোঁৱৰ , ডিব্ৰুগড় Tags কবিতাগায়ত্ৰী কোঁৱৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ