তোমাৰ হেঁপাহত - গায়ত্ৰী কোঁৱৰ

0
সপোন নদীৰ পাৰত
        এদিন আহিবা তুমি ,
ৰাধা কৃষ্ণৰ অমৰ প্ৰেমৰ
         এটি মধুৰ গীত হৈ ।
তাতেই দুয়ো হেঁপাহেৰে জীয়াই ৰ'ম
          হাতত হাত ধৰি , 
          একাজলি ৰ'দৰ ছাঁয়াত ।

✍️গায়ত্ৰী কোঁৱৰ , ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)