ভাল পাওঁ বুলি আজিও নক'লা - অনন্ত কুমাৰ ভূঞা

©Admin
0
সভা ঘৰত তিৰবিৰ তৰা যেন 
লাগিছে তোমাক 
পুলকিত মনেৰে চাইছিলোঁ‌ 
ভাল পাওঁ‌ বুলি কিয় নক'লা
আবেগেৰে সুধিছোঁ‌ 
কোৱাচোন লগৰী হ'বা কেতিয়া  
নিৰিবিলি সময়ত বিচাৰো তোমাক 
এচাতি মলয়া বতাহ
সৱতি ল'ব খোজোতেই
ঠেহ লাগি গুচি গ'ল বহু দূৰলৈ
বিধাতাই লিখা কথাবোৰ
পঢ়িবলৈ ভাল নালাগে
ভাল পাওঁ বুলি কিয় নক'লা ?

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)