আত্মৰ এক আহাৰ।
জ্ঞানৰ এক পোহৰ
জীৱনৰ এক সমাহাৰ।
জীয়াই থকাৰ প্ৰেৰণাৰ এক উৎস ।।
"কিতাপ" হ'ল, মানৱ জীৱনৰ
এক সঞ্জীৱনী সুধা।
তৃপ্তিৰ এক অনন্যা
অজ্ঞানতাৰ পৃথিৱী
চিঙি-ভাঙি দিব পৰা
দুৱাৰৰ একোখন খিৰিকী ।
◾নৱজিৎ নাথ, ছিপাঝাৰ,(দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ