সময় সমাগত - হেমেন হাজৰিকা

©Admin
0
আমি সকলোৱে
আকৌ সমবেত হ'ম
দুখ , আনন্দ ,বিষাদ
কলুষ কালিমা
সকলো একত্ৰিত কৰি
গাতে গা লগাই বহিম;
কিমান যে কথা থাকিব
লগ পোৱা নোপোৱা
আকৌ কেতিয়াকৈ পাম
তাৰ বাবেই আমি
আকৌ এবাৰ সমবেত হ'ম ।।

✍️হেমেন হাজৰিকা
      ৰাণী
      কামৰূপ ( ম) অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)