কবিতানো কি -অনন্ত কুমাৰ ভূঞা

©Admin
0
কবিতানো কি
সাঁ‌তুৰি থকা দৰিকণা পোৱালী
বান পানীৰ চেলকণা মাছ
ভাহি ফুৰা মেটেকা ফুল
জ্বালামুখী তপত লাভা
বৈ থকা স্ফটিক ধাৰা
বৰ্হমথুৰি সনা দুখনি ওঠ 
বসন্তৰ কুমলীয়া কুঁ‌হিপাত
বিশাল আকাশ চোৱাৰ হেঁ‌পাহ
মৌন ওঠৰ অবুজ ভাষা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)