কাব্যিক স্তুতি- জিতেন চেতিয়া

©Admin
0
কেতিয়াও বিচৰা নাই আৰু নিবিচাৰোঁ
মানুহ মৰিলে মাটি হওক
মাটিৰ মানুহ মাটিতেই জী থাককচোন কাললৈকে

মাটিৰ মানুহ সাৰুৱা হওক
মানুহ সৃষ্টিৰ বাবে

চাৰি ৰিপুৰ দংশনত 
নীলাভ দেহাটোক
আমি সজাবলৈ নোৱাৰোঁ নে
নীল কণ্ঠকৈ
দেৱতাও নমৰক অসুৰো বিনাশ নহওঁক
কামনা কৰোঁ 
পৃথিৱীখন সুন্দৰ হওক ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)