Home সংযুক্তা বৰা প্ৰেম-সংযুক্তা বৰা প্ৰেম-সংযুক্তা বৰা person©Admin January 22, 2023 0 share কাষত থাকোঁতে দুখ নাইকিয়া কৰেআতৰি যোৱাৰ পিছত সুখ নাইকিয়া কৰে।বৰ্তমানক গুজৰি-গুমৰি যায়ভৱিষ্যতে ডাঙৰ দিশ পাই। লগত থাকিলে শক্তিশালী কৰি ৰাখে আতৰি যোৱাৰ পিছত দুৰ্বল কৰি দিয়েলগত থাকিলে আপোনআতৰি যোৱাৰ পিছত ভয়ংকৰ সপোন।✍️সংযুক্তা বৰাঠিকনা: গোলাঘাট ডি আৰ কলেজ তিনি আলি Tags কবিতাসংযুক্তা বৰা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ