প্ৰেম-সংযুক্তা বৰা

0
কাষত থাকোঁতে দুখ নাইকিয়া কৰে
আতৰি যোৱাৰ পিছত 
সুখ নাইকিয়া কৰে।
বৰ্তমানক গুজৰি-গুমৰি যায়
ভৱিষ্যতে ডাঙৰ দিশ পাই। 
লগত থাকিলে শক্তিশালী কৰি ৰাখে 
আতৰি যোৱাৰ পিছত দুৰ্বল কৰি দিয়ে
লগত থাকিলে আপোন
আতৰি যোৱাৰ পিছত 
ভয়ংকৰ সপোন।


✍️সংযুক্তা বৰা
ঠিকনা: গোলাঘাট ডি আৰ কলেজ তিনি আলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)