মকৰা মানুহ - জিতেন চেতিয়া

©Admin
0
SPIDERMAN

      মুলঃ জিতেন চেতিয়া
      অনুবাদঃপ্ৰভাত নাথ,মাজুলী৷

The straightly pleasing web of...
Fascinating mystery can spread...
Throughout in the open firmament...
The death trapnet to artless moths...

By the capable of cleverness.

In the dark night...
Or even on day light...
He appointed himself to catch...
With his vntainted satisfactions.

It is the manner of a spiderman.
________________________________

মকৰা মানুহ 

(জননেতা লৈ)

প্ৰত্যক্ষত দৃষ্টিনন্দন জালখন
ৰহস্য আকৰ্ষণতেই কৌশলী চতুৰতাৰে 
শূন্যটো তৰিব পাৰে,,,

অজলা চগাৰ মৰণৰ ফান্দ !

এন্ধাৰতেই হওক বা পোহৰতেই হওক
তৃপ্তিৰ অনাবিল চেষ্টাতেই ব্ৰতী
মকৰা চৰিত্ৰ
 
✍️জিতেন চেতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)