গুণোৎসৱ-হেমেন হাজৰিকা

©Admin
0
শিক্ষাক উৎসৱেৰে সজোৱা
      এক লক্ষ্য প্ৰাপ্তিৰ প্ৰচেষ্টা  ।
     গুণগত শিক্ষা প্ৰদান
     নিশ্চিত কৰোৱা ।।

    তত্বাৱধান সমৰ্থন
    আৰু সহযোগিতা
    শিকণ শক্তিশালীৰ আহিলা  ।।

  শিকণ আসোঁৱাহ চিনাক্তকৰণৰ
  অভিনৱ কৌশল গুণোৎসৱ  ।।

  শিকিব লাগে
  শিকাব লাগে
  পঢ়িব লাগে
  পঢ়ুৱাব লাগে
  তাৰেই এয়া প্ৰস্তুতি চলিছে ।।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)