হওঁ নেকি?
মনৰ কথাবোৰ প্ৰকাশ
কৰোঁ নেকি?
তুমি মোৰ হয় বুলি
কওঁ নেকি?
মনৰ দুৱাৰ দলিত ৰাখিছোঁ
তোমাৰে ফটো।
উজাগৰি নিশা তোমাৰ
কথাকে ভাৱি পাৰ কৰি
দিওঁ নেকি?
ডায়েৰীৰ পৃষ্ঠাবোৰ পঢ়ি
চাবা নেকি?
তুমি যে মোৰ কল্পনা
আকাশৰ এটি জীয়া ছবি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ