বন্ধুত্ব বিহীন জীৱন -দেৱজিত বৰুৱা

©Admin
0
পাৰি জানো বন্ধুত্বক বাদ দি জীৱন গঢ়িব? নিশ্চয় নোৱাৰি ! সমাজৰ সকলো শ্ৰেণীৰ লোকৰে এজন হ'লেও নিজৰ নিজৰ বন্ধু আছেই। বন্ধুত্ব অবিহনে যে জীয়াই থকা কিমান কষ্টকৰ, কাৰণ ই যে দি যাব হৃদয়ত এক সোণোৱালী আভাস। সচাঁ বন্ধুত্বত নাই কোনো বয়স , জাত , ৰূপ-সৌন্দৰ্য তথা ধন ঐশ্বৰ্যৰ স্থান। বন্ধুত্বত এফালে থাকে বিশ্বাস আৰু আনফালে থাকে প্ৰকৃত ভাৱনা। সেয়েহে মই সকলো বন্ধুকেই কওঁ জীৱনত মৰিচিকাৰ দৰে উটি-ভাঁহি আহি লগ পোৱা এই বন্ধুত্বক কেতিয়াও পাহৰি নাযাবা। অতীতৰ গৰ্ভত বিলীন হ'বলৈ নিদিবা বন্ধুত্বৰ স্মৃতি।

◾দেৱজিত বৰুৱা
মগৰাহাট গড়কাষৰীয়া, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)