বৰদিন - নৱজিৎ নাথ

©Admin
0
বৰদিন মানেই
খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ
এটি পবিত্ৰ বিশেষ দিন ,
আৰু 
স্বয়ং যীশুৰ জন্মদিন মাথোঁ।।

বৰদিন মানেই, 
মহা আনন্দৰ এটি দিন, 
আৰু 
প্ৰতিটো গীৰ্জা ঘৰতে
কেৰলৰ সুৰৰ একোটি ধ্বনি মাথোঁ।। 
  
বৰদিন মানেই,
 ইষ্টাৰ আৰু গুড ফ্ৰাইদেৰ মাজত
 বৰদিন এক বিশেষ পবিত্ৰ দিন।।
 যাৰ দ্বাৰা সমাজত প্ৰকাশ পায়;
 সম্প্ৰীতি তথা মিলা প্ৰিতিৰ 
 একতাৰ এনাজৰীৰ এক সম্পৰ্ক।।
 
✍️নৱজিৎ নাথ 
   ছিপাঝাৰ ,দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)