আচলতে আমি মানুহবোৰহে সলনি হৈছো। কোনোবাই কাৰোবাৰ প্ৰিয় হোৱাৰ হাবিহাসত সলনি হৈছে , কাৰোবাক আকৌ পৰস্থিতিয়ে সলনি কৰিছে ।
এই যে কয় মই তেওঁৰ বন্ধু, প্ৰেমিক, ইত্যাদি ইত্যিাদি ।
আচলতে সম্পৰ্ক বুলি একো নাথাকে। নহ'লে স্মৃতিৰ কাজলিত সূঁচৰিব লগা হয় জানো সেই বিশেষ বোৰ ।
এই যে দূৰত্ববোৰ
হাত বাওলি মতা অজ্ঞাত অভ্যাসবোৰ তাৰেই পৰিণাম ।
নহয় জানো ?
এই যে মন গ'লেই এজনে আনজনৰ অনুভৱ, বিশ্বাস, ভালপোৱা, সন্মানবোৰ ঠেঁকেচি মুহাৰিব পৰা মনুষ্যত্বও যে কি অদ্ভুত ?
মাথো বিৰ্বতৰ সময়ৰ বিৰ্বতৰ হাঁহিৰ ছয়াময়া খেলৰ আমিবোৰ চৰিত্ৰৰূপী এক সত্ত্বা .......
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ