কি অপৰূপ সৌন্দৰ্য ।।
সৌন্দৰ্যৰ আঁৰৰ সৌন্দৰ্য
সিহঁতে বিচাৰি ফুৰে
সুযোগ সন্ধানীৰ
চকু বিচাৰি উলিওৱাৰ
সময় আহিছে। ।।
লঘোনীয়া পেটেৰে
সান্ত্বনা সহিব নোৱাৰে
খাদ্যৰ কথাহে জৰুৰী ।।
ভাল হৈছিল
ভাল হৈছে
ভাল হ'ব
আশাৰেই চলিছে জগত ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ