সাধাৰণ জ্ঞান-কুইজ

©Admin
0
প্ৰশ্ন ১/প্ৰতি বছৰে বিশ্ব কৰ্কট দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ৪ ফেব্ৰুৱাৰী

 প্ৰশ্ন ২/ তলৰ কোনখন দেশে ২০২৭ চনৰ ফুটবল এছিয়ান কাপৰ আয়োজন কৰিব?
উত্তৰঃ চৌদি আৰব

 প্ৰশ্ন ৩/ শেহতীয়াকৈ পতঞ্জলি ফুডছ লিমিটেডে কল তেলৰ খেতি আৰু প্ৰক্ৰিয়াকৰণৰ বাবে কোনখন ৰাজ্যৰ সৈতে এক উদ্দেশ্য পত্ৰত স্বাক্ষৰ কৰিছে?
উত্তৰঃ নাগালেণ্ড

 প্ৰশ্ন ৪/  কোনখন দেশৰ মুদ্ৰাৰ পৰা ব্ৰিটিছ ৰাজতন্ত্ৰৰ ছবি আঁতৰোৱা হ’ব?
উত্তৰঃ অষ্ট্ৰেলিয়া

 প্ৰশ্ন ৫/ কোনখন দেশৰ সূচকাংকৰ পৰা আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ আঁতৰোৱা হ’ল?
উত্তৰঃ আমেৰিকা

 প্ৰশ্ন ৬/প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মানৱ ভ্ৰাতৃত্ববোধ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ৪ ফেব্ৰুৱাৰী

 প্ৰশ্ন ৭/ শেহতীয়াকৈ য়ায়া ছ’ক কোনখন ৰাজ্যৰ প্ৰথম জৈৱ বৈচিত্ৰ্যৰ স্থান হিচাপে গঢ়ি তোলা হ’ব?
 উত্তৰঃ লাডাখ

 প্ৰশ্ন ৮/ তলৰ কোনটো ৰাজ্যিক শিশু অধিকাৰ সংস্থাই WhatsApp chat WhatsApp Balamitra আৰম্ভ কৰিলে?
 উত্তৰঃ দিল্লী 

 প্ৰশ্ন ৯/  শেহতীয়াকৈ কোনখন জিলাই ১০০০০ নতুন এম এছ এম ই পঞ্জীয়ন কৰা প্ৰথম স্থানত পৰিণত হৈছে?
উত্তৰ : এৰ্নাকুলাম

 প্ৰশ্ন ১০/  শেহতীয়াকৈ ‘খেলো ইণ্ডিয়া ইউথ গেমছ’ত জল ক্ৰীড়াত কোনে চাৰিটা স্বৰ্ণ পদক লাভ কৰিছে?
 উত্তৰ : মধ্য প্ৰদেশ

 প্ৰশ্ন ১১/  শেহতীয়াকৈ ‘ভাৰতীয় ৰাষ্ট্ৰীয় গাড়ী দৌৰ চেম্পিয়নশ্বিপ ২০২৩’ত কোনে জয়ী হৈছে?
উত্তৰ : সাই সঞ্জয়

 প্ৰশ্ন ১২/।  শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ‘মেৰো ৰুখ মেৰো সন্ততি’ নামৰ এক পদক্ষেপ আৰম্ভ কৰিছে?
উত্তৰ : ছিকিম



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)