তোমাৰ স্মৃতি কঢ়িয়াই-ৰাকেশ নাথ

©Admin
0
মই ক'ত থাকিলে
মোক চুবহি নোৱাৰিব তোমাৰ স্মৃতিৰ ৰঙা মিনাৰে !

তোমাৰ স্মৃতি 
মোৰ আমৃত্যু যন্ত্ৰণা।

তোমাৰ স্মৃতি কঢ়িয়াই চোৱা মই কিমান ভাগৰুৱা!


◾ৰাকেশ নাথ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)