২৩ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

২৩ ফেব্ৰুৱাৰী দিনটো  গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/আজিৰ দিনটোতে ১৯৬৯ চনত বলিউডৰ অভিনেত্ৰী মধুবালাৰ মৃত্যু হৈছিল।

২/আজিৰ দিনটোতে ১৯৫২ চনত বিশিষ্ট সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ মৃত্যু । বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰগৰাকী আছিল অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথম ব্যক্তি । অসমীয়া লোকসংগীত, জিকিৰ, আধুনিক গীত আদিৰ প্ৰসাৰ আৰু প্ৰচাৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ক্লেৰিঅ'নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায় সকলো বাদ্যই বজাব জানিছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)