সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ অসমৰ খাজো ৰাহো বুলি পৰিচিত মন্দিৰটোৰ নাম কি?
উত্তৰ - মদন কামদেৱ।
২/ব্ৰক্ষ্মপুত্ৰ নদী কৰ পৰা উৎপত্তি হৈছে?
উত্তৰ -তামচুক খামবাব গ্লেছিয়াৰ পৰা।
৩/অসহযোগ আন্দোলন অসমত কিমান চনত হৈছিল?
উত্তৰ - ১৯২০ চনত।
৪/অসমৰ প্ৰথম এ ছি এছ কোন?
উত্তৰ - শুচিব্ৰতা ৰায়চৌধুৰী।
৫/কোনজন অসমীয়াই২০০০ চনত ভাৰত শ্ৰী উপাধি লাভ কৰিছিল?
উত্তৰ -বিজিত গগৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)