ফাগুনৰ বা লাগিছে নেকি
কেতিয়াবা দেখো
তোৰ মনত উৎফুল্লিত ঢৌ
কেতিয়াবা দেখো
তোৰ মনৰ মাজত
বিষাদৰ লানি . . .
বন্ধ কোঠাত বিষাদৰ উশাহবোৰে
বৰকৈ আমনি কৰিছে চাগে . . . ?
দুখৰ হুমুনিয়াহ বোৰে
বাৰে বাৰে আঁৱৰি ধৰিছে নেকি . . .?
টোপে টোপে সৰিছে চাগে . . .
তোৰ চকুৰ লুটকবোৰ ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ