মহান গণিতজ্ঞৰ অমৃত কথা- দেৱজিত বৰুৱা

©Admin
0
প্ৰখ্যাত গণিতজ্ঞ এলবাৰ্ট আইনষ্টাইনৰ ওচৰলৈ এজনী কণমানি ছোৱালীয়ে গণিত শিকিবলৈ আহিছিল। স্কুলত বুজি নোপোৱা গণিতৰ বহুবোৰ কথা ছোৱালীজনীয়ে আইনষ্টাইনৰ পৰা শিকি বুজি লৈছিল। আইনষ্টাইনক এনেদৰে ছোৱালী জনীয়ে আমনি কৰি থকাৰ বাবে ছোৱালী জনীৰ মাকে মনত বেজাৰ পাই এদিন মাকে আইনষ্টাইনৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিলে। তেতিয়া আইনষ্টাইনে ক'লে, ''ছোৱালীজনীৰ বাবে মোৰ ওচৰত ক্ষমা বিচৰাৰ প্ৰয়োজন নাই। আচলতে আপোনাৰ ছোৱালীজনীৰ পৰা যিমানখিনি শিকিলোঁ, সিমানখিনি কিন্তু তাই মোৰ পৰা শিকা নাই।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)