অনুভৱ-ৰহিমা ৰাভা

Rinku Rajowar
0
যোৱা বছৰ আহিছিল এজাক ধুমুহা ,‌ ধুমুহাজাকে কেতিয়া আমাৰ প্ৰেমৰ এনাজৰি ছিগি পেলালে গমকে নেপালো । আজি এই উজাগৰি নিশাত বিচাৰি ফুৰিছো তোমাৰ ছবি , তোমাৰ লগত কটোৱা সেই সোণালী দিনবোৰ ৰৈ গল মাথো এটি স্মৃতি হৈ। সময়ৰ লগতে তুমিও সলনি হৈ গলা , থাকি গল মাথো সেই স্মৃতিবোৰ যিবোৰ কোনোদিনে পাহৰি যাম বুলি কল্পনাও কৰিব নোৱাৰোঁ।               


                  🖋️  ৰহিমা ৰাভা 
                       স্নাতক মহলাৰ প্ৰথম 
                      বৰ্ষৰ দ্বিতীয় ষান্মাসিক

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)