সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/প্ৰথম অসমীয়া ছনেট কি আছিল ?
উত্তৰ : হেমচন্দ গোস্বামীৰ  ‘প্ৰিয়তমাৰ চিঠি’ ৷

২/প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি আছিল ?
উত্তৰ :  “মালচ” (১৯০৯), লেখক আছিল হিতেশ্বৰ বৰবৰুৱা ।

৩/প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি ?
উত্তৰ :  পদ্মনাথ গোহাঞিবৰুৱা ৰচিত “লাহৰী” (১৮৯২ ) ৷
৪/অসমৰ প্ৰথম মহিলা আলোচনী খনৰ নাম কি?
উত্তৰ : ঘৰ জেউতি। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)