উত্তৰ : হেমচন্দ গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’ ৷
২/প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি আছিল ?
উত্তৰ : “মালচ” (১৯০৯), লেখক আছিল হিতেশ্বৰ বৰবৰুৱা ।
৩/প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা ৰচিত “লাহৰী” (১৮৯২ ) ৷
৪/অসমৰ প্ৰথম মহিলা আলোচনী খনৰ নাম কি?
উত্তৰ : ঘৰ জেউতি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ