মোবাইল তোমাৰ ভক্ষক 'ই'
নহয় তোমাৰ ৰক্ষক
এক্ষন্তেক ৰৈ তুমি ভাবি চোৱা ভাই।।
নাভাৱিবা তুমি
কৰিচা ব্যৱহাৰ মোবাইলক তুমি
মোবাইলেহে কৰিছে তোমাকহে ব্যৱহাৰ
সেয়েহে কওঁ......
এক্ষন্তেক ৰৈ তুমি ভাবি চোৱা ভাই।।
বন্ধু কি পৰিয়াল
পঢ়া কি খোৱা
সময়ৰ যে অভাৱ
কৰিছে দুৰ্গতি
এই সকলোৰ পৰা।।
হয়তো থাকিব পাৰে
পৃথিৱীখনে ভৰি ইয়াত
হয়তো দিব পাৰে
সকলো আমেজ ইয়াত
কিন্তু------
নোৱাৰে দিব তোমাক
তোমাৰ সেই সময়ৰ মূল্য
সেইহে কওঁ এতিয়াই
এক্ষন্তেক ৰৈ তুমি ভাবি চোৱা ভাই।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ