আজিৰ দিনটোৰ তাৎপৰ্য- ২২ ফেব্ৰুৱাৰী

Rinku Rajowar
0
২২ ফেব্ৰুৱাৰী (ইংৰাজী22 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৩তম (অধিবৰ্ষত ৫৪তম) দিন। বছৰ শেষ হ'বলৈ ৩১২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১)১৯১৪ চনৰ আজিৰ দিনটোত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ৷ 

২)গুৰুজী বুলি খ্যাত অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু (২০১৫)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)