সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/কোনখন ঠাইক  অসমৰ খাজুৰাহো  বুলি কোৱা হয় ? 
উত্তৰঃ মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি )।
২/অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ?
অত্তৰঃ বনেলি খং মেন ।
৩/প্ৰথম ভ্ৰাম্যমণ থিয়েটাৰ খন কি?
উত্তৰঃ নটৰাজ থিয়েটাৰ ।
৪/ প্ৰথম অসমীয়া শিশু চলচিএ খনৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা (১৯৯৩) ।

৫/ অসমৰ প্ৰথম দূৰদশন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? 
 উত্তৰঃ ১৯৮৫ চনত।

৬/ বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন?
উত্তৰঃ প্ৰমথেশ বৰুৱা । (ছবি দেৱদাস )


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)