২ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

২ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/আজিৰ দিনটোতে ১৮১৪ চনত কলকাতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।

২/ আজিৰ দিনটোতে ১৮১৭ চনত শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।

৩/ আজিৰ দিনটোতে ১৯১৩ চনত নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।

৪/ আজিৰ দিনটোতে ১৯৪৩ চনত দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।

৫/ আজিৰ দিনটোতে ১৯৫৭ চনত ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)