Home স্তৱক সৰাপাত-মনস্বিনী শৰ্মা সৰাপাত-মনস্বিনী শৰ্মা person©Admin February 28, 2023 0 share সৰাপাত মই বেয়া নাপাওঁ,কিন্তু তোমাৰ জীৱনত মোক সৰাপাত হ'বলৈ নিদিবা, সৰাপাত সোঁৱৰণী হয়।তোমাৰ জীৱনৰ মই সোঁৱৰণী নহয়,বৰঞ্চ হ'ব বিচাৰো তোমাৰ সমগ্ৰ জীৱন। 🔴মনস্বিনী শৰ্মাস্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক।ডিব্ৰুগড় বিশ্ববিদ্যালয়। Tags মনস্বিনী শৰ্মাস্তৱক Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ