সাধাৰণ জ্ঞান-কুইজ

©Admin
0
প্ৰশ্ন ১.আৰ্বান-২০ চিটি শ্বেৰপাৰ সভা ক’ত আয়োজন কৰা হৈছিল?
 ➼ আহমেদাবাদ

 প্ৰশ্ন ২/ তলৰ কোনে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মিছন অন্ত্যোদয় জৰীপ আৰম্ভ কৰিছিল?
 ➼ গিৰিৰাজ সিং

 প্ৰশ্ন ৩/ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰে কোনখন দেশৰ সৈতে পাৰমাণৱিক শক্তিৰ বিকাশৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল?
 ➼ ৰাছিয়া

 প্ৰশ্ন ৪/ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্য চৰকাৰে পুধুমাই কলম যোজনাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিছিল?
 ➼ তামিলনাডু

 প্রশ্ন ৫/সম্প্রতি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা কামৰাণ আকমলে কোনখন দেশৰ দলৰ হৈ খেলে?
 ➼ পাকিস্তান

 প্ৰশ্ন ৬/ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কানাৰা বেংকৰ নতুন এমডি এণ্ড চিইঅ’ হিচাপে কোনক নিযুক্তি দিয়া হৈছিল?
 ➼ সত্যনাৰায়ণ ৰাজু

 প্ৰশ্ন ৭/তলৰ কোনখন দেশত দক্ষিণ কোৰিয়াৰ পৰা ১০৮ জন বৌদ্ধ তীৰ্থযাত্ৰীক আতিথ্য দিয়া হ’ব?
 ➼ ভাৰত

 প্ৰশ্ন ৮/  শেহতীয়াকৈ এডিবিয়ে কোনখন ৰাজ্যত উদ্যান শস্যৰ প্ৰসাৰৰ বাবে ১৩ কোটি ডলাৰৰ ঋণৰ অনুমোদন জনাইছে?
 ➼ হিমাচল প্ৰদেশ

 প্ৰশ্ন ৯/  শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
 ➼ ৰাজেশ বিন্দল

 প্ৰশ্ন ১০/ শেহতীয়াকৈ কোনখন ৰাজ্যত কপি বিৰোধী আইন কাৰ্যকৰী কৰা হৈছে?
 ➼ উত্তৰাখণ্ড

 প্ৰশ্ন ১১/ শেহতীয়াকৈ দ্বাদশ বিশ্ব হিন্দী সন্মিলন ক’ত আয়োজন কৰা হ’ব?
 ➼ ফিজি

 প্ৰশ্ন ১২/  শেহতীয়াকৈ ক’ত আয়োজন কৰা হৈছে জি-২০ খাদ্য মহোৎসৱ?
 ➼ নতুন দিল্লী

 প্ৰশ্ন ১৩/  শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ডাৰউইন দিৱস কেতিয়া পালন কৰা হৈছে?
 ➼ ১২ ফেব্ৰুৱাৰী

 প্ৰশ্ন ১৪/  শেহতীয়াকৈ কোনখন দেশত নতুন প্ৰজাতিৰ বোবা বেং আৱিষ্কাৰ হৈছে?
 ➼ তাঞ্জানিয়া

 প্ৰশ্ন ১৫/ শেহতীয়াকৈ চি পি ৰাধাকৃষ্ণনক কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে?
 ➼ ঝাৰখণ্ড




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)