দাঁতবোৰ বাঢ়িছে-হেমেন হাজৰিকা

©Admin
0
সকলোৰে দাঁতবোৰ বাঢ়িছে
         সময় থাকোঁতেই
        ওলোৱা দাঁতবোৰ
        কাটিব লাগে  ।।

      মুখ্য দাঁতেই যথেষ্ট
      অদৰকাৰীবোৰে
     আনৰো কৰে অনিষ্ট  ।।

    দাঁতৰ আৱশ্যক আছে
    সমস্যাও আছে
   অদৰকাৰী বস্তু সদায়েই
   নিষ্প্ৰয়োজন  ।।

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)