পুৰস্কাৰ আৰু তিৰস্কাৰ-সংযুক্তা দত্ত

©Admin
0
দিব জানিলে পুৰস্কাৰ আৰু দিব নাজানিলে তিৰস্কাৰ। পুৰস্কাৰ যেনেদৰে সকলোৰে সন্মুখত দিয়া হয়। ঠিক তেনেদৰে তিৰস্কাৰো সকলোৰে সন্মুখতে কৰা হয়। পাৰ্থক্য এটাই ভাল কামৰ পুৰস্কাৰ আৰু বেয়া কামৰ তিৰস্কাৰ । আপোনাৰ মুখৰ এটা শব্দই কাৰোৱাৰ বাবে পুৰস্কাৰ হৈ পৰিব পাৰে। আৰু আন কাৰোৱাৰ বাবে আকৌ তিৰস্কাৰো হৈ পৰিব পাৰে। বস্তু উপহাৰ দিলেই যে পুৰস্কাৰ হৈ যায় তেনেকুৱা কোনো কথা নাই । আপোনাৰ মুখৰ পৰা ওলোৱা শব্দ এটাও কাৰোৱাৰ বাবে পুৰস্কাৰ হ'ব পাৰে।    
✍️সংযুক্তা দত্ত, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)