Home কবিতা ফাগুন আহিছে বুলি-আব্দুল কাদেৰ মিঞা ফাগুন আহিছে বুলি-আব্দুল কাদেৰ মিঞা person©Admin February 18, 2023 0 share ফাগুন আহিছে ধৰালৈবসন্তৰ আগমনে ফুলৰ কলিয়ে নাচিছে চোৱাবতাহৰ তালে তালে।ফাগুন আহিছে ধৰালৈশীতে বিদায় ল'লেকুলিয়ে মাতিছে চোৱাকুঁউ কুঁউ সুৰে ।ফাগুন আহিছে ধৰালৈহালধীয়া বৰণে ৰমণী সতে গাঁথিছে মালাগভীৰ ৰং মনে।✍️আব্দুল কাদেৰ মিঞা Tags আব্দুল কাদেৰ মিঞাকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ