বৃদ্ধাশ্ৰম (অণুগল্প)-বৃদ্ধাশ্ৰম

Rinku Rajowar
0
সৰুতে মাক যতীনৰ অলপ চকুৰ আঁতৰ হ'লেই সি কান্দি-কাটি গোটেই ঘৰখনত হূলস্থুল লগাই দিয়ে। কিন্তু, যোৱা পাঁচ বছৰ আগতেই যতীনে মাকক বৃদ্ধাশ্ৰমত থৈ আহে আৰু আজিলৈ এদিনো তাৰ মাকলৈ মনত নপৰিল, আনকি বৰ্তমান সময়ত যতীন ইমানেই ব্যস্ত হৈ পৰিছে যে মাকৰ খবৰ এটা ল'বলৈও তাৰ সময় অলপ নাই।

 🔳সুস্মিতা দাস 
 মৰিগাঁও 
 একাদশ (বিজ্ঞান শাখা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)