সহোদৰ তুমি-অনন্ত কুমাৰ ভূঞা

©Admin
0
নিৰ্জ্জনতাৰ সহোদৰ তুমি
আলহী হৈ এদিন আহিবা 
তুমি আকাশৰ উজ্জ্বল জ্যোতি
বহল পুখুৰীত ফুলি থকা 
শ্বেত পদ্মৰ কলি 
জীৱন প্ৰদীপ 
দুৰন্ত  আশাৰ ৰেঙনি
আকাশ চাবলৈ শিকালা 
হতাশা বহু দুৰলৈ আতৰি গ'ল
তুমি সহোদৰ জীৱন বাটৰ।


◾অনন্ত কুমাৰ ভূঞা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)