মোৰ প্ৰিয় বৰ্ণ ন- নৱজিৎ নাথ

©Admin
0
মোৰ প্ৰিয় নাম "নৱজিৎ নাথ" (নৱনীল)।
মোৰ প্ৰিয় ঠাই "নলবাৰী"।
মোৰ প্ৰিয় সাহিত্যিক "নীলমণি ফুকন"।
মোৰ প্ৰিয় শিশু সাহিত্যিক "নৱকান্ত বৰুৱা"।
মোৰ প্ৰিয় গায়ক "নীল আকাশ"।
মোৰ প্ৰিয় নদী "ননৈ"।
মোৰ প্ৰিয় ফল "নাৰিকল"।
মোৰ প্ৰিয় ফুল "নাৰ্জী"।
মোৰ প্ৰিয় গছ "নাহৰ"।
মোৰ প্ৰিয় ৰং "নীলা"।
মোৰ প্ৰিয় মাহ "নৱেম্বৰ"।
মোৰ প্ৰিয় সংখ্যা "৯‌" ।
মোৰ প্ৰিয় আখৰ "ন"।
মোৰ প্ৰিয় শব্দ "নতুন"।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)