Home কবিতা অভিমানী প্ৰণয়-অনন্ত কুমাৰ ভূঞা অভিমানী প্ৰণয়-অনন্ত কুমাৰ ভূঞা person©Admin February 19, 2023 0 share কাজলসনা নয়নৰ তৃষ্ণাতুৰ প্ৰেমিকাইঅজানিতে কাষ চাপি আহিলে মৰম যাঁচিম ।দূষিত বতাহে চুব নোৱাৰাকৈ প্ৰেমময়ী স্বপ্নেৰে হিয়া পখালিম সৰল ভাষাৰে প্ৰণয়ৰ সুবাস বিলাম ।বেদনা উফৰি পৰিলেঅনুভৱ নিগৰাই ফৰিংফূটা জোনাকত অভিমান বিচাৰিম ।✍️অনন্ত কুমাৰ ভূঞা Tags অনন্ত কুমাৰ ভূঞাকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ