নগৰত প্ৰথম প্ৰেম -ম:আব্দুৰ ৰহিম

©Admin
0
ৰাতি ৰাতি আহা তুমি

মোৰ কাষলৈ

সোঁ সোকৈ বতাহত

বান্ধিছিল খোপা

মেলি চুলি তাৰি

গৰম উশাহ মিলন হেঁপাহ

" মাৰ্ডৰ ইন আগুণ্ডাৰ" দৰে

ৰহস্য ময় তোমাৰ

ৰহস্য ঘন নীলা চকুৰ হেঁপাহ

শালি ধানৰ সোণালী ৰং বোৰ

নগৰীয়া অন্ধকাৰত

মূৰ গুজি হুক হুকাই কান্দিছিল

সেয়াই আছিল তোমাৰ প্ৰথম প্ৰেম।

                ✍️ম: আব্দুৰ ৰহিম

               বিশ্বনাথ চাৰিআলি ( চতিয়া )
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)