নিৰাশ-অনন্ত কুমাৰ ভূঞা

©Admin
0
মই নদী হব নোৱাৰিলোঁ‌ 
বহু দূৰ বৈ যাবলৈ
পক্ষীৰ দৰে উৰিব নোৱাৰোঁ‌ 
তোমাৰ কাষ পাবলৈ।

মলয়া বতাহৰ দৰে কোমল 
ৰিবৰিব বা নহলোঁ‌ মই
তোমাক শীতল মৰম দিবলৈ ।

মিঠা ফল হব নোৱাৰিলোঁ‌ 
পুষ্টিকৰ আহাৰ হৈ
তোমাক সতেজ কৰিবলৈ ।

জ্ঞানৰ ভাণ্ডাৰ অতি নিঃকিন
বিবেক বিলাব  নোৱাৰোঁ‌ 
অঙ্কৰ শুদ্ধ উত্তৰ নোলায় ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)