হৃদয়-পংকজ কলিতা

©Admin
0
নীলিম আকাশৰ সেউজ বনত এছাতি মলয়া বতাহ।
গোলাপৰ পাহিটিয়ো লৰিছে যেন তোমাৰ অপেক্ষাত ,
তুমি মোৰ ৰঙীন স্বপ্নৰ শিল্পী, 
তুমি মোৰ সপোনৰ বান্ধোন।
হৃদয় দি খুজি যাম মনৰ ঠিকনা।
তুমি ভালপোৱাৰ সুন্দৰ এপাহি গোলাপ,
গছৰ পাত লৰে বতাহ লাগিলে,
মন শীতল হয় তোমাৰ কথা ভাবিলে ।
অলেখ স্বপ্ন ৰচি পাৰ কৰো উজাগৰে নিশা ,হৃদয়ত আছে বহু মৰমৰ টোপোলা ।
কবিতাটো উজ্বলিছে তোমাৰ নাম,
শিখা যেন সৃষ্টি তোমাৰেই দান। মোহনীয়া দৃষ্টি আকৰ্ষণো যেন তোমাৰে।
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)