অনুভৱ-কুমকুম গগৈ

©Admin
0
ধূসৰ ফাগুনৰ এইয়া যে কি যাদুকৰী পৰশ!... যৌৱনৰ বলিয়া বাই উৰুৱাই নিব নোৱাৰা মনটোকো পছোৱাজাকৰ দৰেই উতনুৱা কৰি থৈ যায়... কানাইৰ বাঁহীৰ সুৰেও বাউলী কৰিব নোৱাৰা যৌৱন যমুনাৰ পাৰৰ কোনোবা সুন্দৰৰ পূজাৰীণীৰ মনৰ দৃঢ় আচল উৰুৱাই সানি দিয়ে প্ৰেমৰ প্রথম পৰশ... শুষ্ক ভূমিত ৰৈ যোৱা প্ৰকৃতিৰ ৰক্ষক স্বৰূপ গছৰ লঠঙাডালত ফুলি ৰক্ত পুষ্পদলৰ দৰেই প্ৰথমবাৰলৈ প্ৰেমত পৰা প্ৰেমিক যুগলৰ দেহত ফাগুনে সানি দিয়ে ৰক্তিম যেন মৰমৰ উত্তাপ...

                                                     
◾কুমকুম গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)