২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।
- ১৮২৯ চনৰ আজিৰ দিনটোতে স্পেনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত হৈছিল ৷
- ১৮৩৬ চনৰ আজিৰ দিনটোত কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
- ১৮৫৭ চনৰ এই দিনটোতে টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
- ১৯৯০ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
- ১৯০৫ চনৰ আজিৰ দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ জন্ম হৈছিল ৷
- ১৯৭৮ চনৰ আজিৰ দিনটোত ৰাণী মুখাৰ্জী ভাৰতীয় অভিনেত্ৰীৰ জন্ম হৈছিল ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ