নাজানো পাৰিম নে নাই- ৰিম্পী ভঁৰালী

©Admin
0
নাজানো পাৰিম নে নাই 
নাজানো হ'ব পাৰিম নে মোৰ লক্ষ্যত উপনীত ?
আগুৱাই যাম জীৱন বাটত 
কৰিম চেষ্টা অপ্ৰাণ জীৱন যুঁজত,
আছে এটি স্বপ্ন মোৰ হৃদয়ত
প্ৰতিপল ভাঁহি থাকে মোৰ মানস পটত 
উটি ভাঁহি আছো জীৱন সমুদ্ৰত ।
বিশাল ঢৌৰ পকনীয়াত
কেতিয়াবা মন ৰয় থমকি,
ঢৌৰ পকনীয়া ত হেৰাম নেকি?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)