মূল্যহীন- দুলাল বৰা

©Admin
0
ৰমেন আজি বৰ দুঃবিধাত পৰিছে ,কাৰণ বহুত কষ্ট কৰি আধা ৰাতিলৈকে টিউচন কৰাৰ পিছতো এতিয়া তাৰ এটি চৰকাৰী পৰীক্ষা দিৱলৈ যাৱলৈও হাতত ফুটা কৰি এটিও নাই।সেয়ে সি তাৰ সাহিত্য মাধ্যমৰ যোগেদি চিনি পোৱা ব‍্যক্তি সকলৰ ওচৰত হাত পাতিবলৈ বাধ্য হৈ পিছে,কিয়নো ইমান কষ্ট কৰা পিছতো কিয় পঢ়োৱা মূল্যটোয়ো দিৱলৈ টান পাই সেই সকলে সি বুজি নাপায় আৰু সিওঁ বা খোজে কেনেকৈ। কাৰণ পঢ়া বিক্ৰী কৰাতো???

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)